পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঢালাই কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঢালাই কৰা   ক্ৰিয়া

অর্থ : সাঁচত দিয়া কোনো বস্তুৱে সাঁচৰ দৰে ৰূপ ধাৰণ কৰা কার্য

উদাহরণ : ৰূপ আৰু তামৰ মূর্তিবোৰ সাঁচৰ পৰা উঠোৱা হৈছে আৰু কাঁচৰ মূর্তিবোৰ ঢালাই কৰিবলৈ আছে

অর্থ : কোনো দেৱালৰ মাজত বা কোনো গাঁতৰ আধাৰ বনোৱাৰ কাৰণে বিম দিয়া কাৰ্য

উদাহরণ : বনুৱাই কোঠাটোৰ ঢালাই কৰি আছে