পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জোৱাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জোৱাৰ   বিশেষ্য

অর্থ : সাগৰৰ জলভাগ উঠা-নমা কৰা কার্য

উদাহরণ : জোৱাৰ-ভাটাত নাওবোৰ টুলুং-ভুটুং কৰে

সমার্থক : জোৱাৰ-ভাটা, ভাটা

অর্থ : চন্দ্র আৰু সূর্যৰ আকর্ষণত ওফন্দি উঠা সাগৰ বা নৈৰ মুখৰ পৰা উজাই অহা বাঢ়নী পানী:সাগৰপৃষ্ঠত সমানে সমানে জোৱাৰ আৰু ভাটা অহা-যোৱা কৰি থাকে

উদাহরণ :

অর্থ : এবিধ শস্য

উদাহরণ : জোৱাৰ, বাজৰা আদি মুখ্য অন্নৰ অন্তর্গত