পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জাবৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জাবৰ   বিশেষ্য

অর্থ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম

উদাহরণ : দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়

সমার্থক : আৱর্জ্্না, জাবৰ-জোঁজথৰ

অর্থ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু

উদাহরণ : তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত

সমার্থক : জাবৰ-জোথৰ

অর্থ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি

উদাহরণ : জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত

সমার্থক : জাবৰ-জোথৰ