পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জহুৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জহুৰী   বিশেষ্য

অর্থ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি

উদাহরণ : আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে

অর্থ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে

উদাহরণ : এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি

সমার্থক : জহৰী