পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছাল   বিশেষ্য

অর্থ : ফল, বীজ আদিৰ আৱৰণ

উদাহরণ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে

সমার্থক : ত্বক, বল্কল, বাকল, বাকলি

অর্থ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???

উদাহরণ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত

সমার্থক : চর্ম, ত্বক ্ চাম

অর্থ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ

উদাহরণ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়

সমার্থক : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক

অর্থ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়

উদাহরণ : তেওঁ ্ চামৰাৰ কাম কৰে

সমার্থক : চর্ম, চামৰা, ্ লেডাৰ