পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চেপা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চেপা   ক্ৰিয়া

অর্থ : গধুৰ বস্তুৰ তলত অহা

উদাহরণ : শিলে লʼৰাটোৰ হাতখন চেপিলে

অর্থ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

উদাহরণ : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

অর্থ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

উদাহরণ : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

সমার্থক : চেপি ধৰা

অর্থ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

উদাহরণ : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

অর্থ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

উদাহরণ : তেওঁ ্ চাদৰখন চেপিছে

সমার্থক : আটি দিয়া

চেপা   বিশেষণ

অর্থ : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

উদাহরণ : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

অর্থ : দীঘ আৰু প্রস্থত কম

উদাহরণ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

সমার্থক : ঠেক, সৰু