পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিল্ক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিল্ক   বিশেষ্য

অর্থ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা

উদাহরণ : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ

সমার্থক : পাট, ৰেচম, ৰেছম

চিল্ক   বিশেষণ

অর্থ : ৰেচমৰ পৰা তৈয়াৰ কৰা

উদাহরণ : তেওঁ ৰেচমী কাপোৰ পিন্ধি আছে

সমার্থক : ৰেচমী