পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিন্তা-ভাৱনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিন্তা-ভাৱনা   বিশেষ্য

অর্থ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা

উদাহরণ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে

সমার্থক : উগুল-থুগুল, খুদুৱনি, চিন্তা, ভাবনা, ভাবনি, ভাৱনা

চিন্তা-ভাৱনা   বিশেষণ

অর্থ : যাৰ ওপৰত বিচাৰ হৈছে

উদাহরণ : এই বিষয়টো আমাৰ দ্বাৰা বিবেচিত হৈছে যেতিয়া ইয়াৰ ওপৰত দুনাই বিচাৰ কৰাৰ প্রয়োজন নাই

সমার্থক : বিচাৰল্্ব্ধ, বিবেচিত, সুবিবেচিত