পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিকাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিকাৰ   বিশেষ্য

অর্থ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়

উদাহরণ : আজি মই ভাল চিকাৰ ফান্দত পেলালো

অর্থ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়

উদাহরণ : চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল

অর্থ : বনৰীয়া পশু-পক্ষীক মৰা কার্য

উদাহরণ : প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল

সমার্থক : মৃগয়া