পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চাহ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চাহ   বিশেষ্য

অর্থ : উতলা পানীত দি পেয় পদার্থ ্ প্রস্তুত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পাতৰ এবিধ গছ

উদাহরণ : অসমত চাহৰ ডাঙৰ-ডাঙৰ বাগান আছে

সমার্থক : চাহ গছ, চাহপাত, চাহপাতৰ গছ

অর্থ : উতলা পানীত চাহপাত, চেনি, গাখীৰ আদি মিহলাই প্রস্তুত কৰা পেয় পদার্থ

উদাহরণ : মধুমেহ ৰোগীয়ে বিনা চেনিৰ চাহ খায়

অর্থ : চাহ গছৰ শুকান পাত যাক উতলা পানীত দি একপ্রকাৰৰ পানীয় প্রস্তুত কৰা হয়

উদাহরণ : তেওঁ ্দোকানৰ পৰা এক কিলো চাহপাত কিনিলে

সমার্থক : চাহপাত