পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চালি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চালি   বিশেষ্য

অর্থ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ

উদাহরণ : এইখন বিয়াৰ ৰভা

সমার্থক : চামিয়ানা, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা

অর্থ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!

উদাহরণ : বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে

সমার্থক : চাল

অর্থ : গাখীৰ বা দৈ-ৰ ওপৰত গোটখোৱা ডাঠ চামনি

উদাহরণ : গৰম গাখীৰৰ ওপৰত ডাঠ সৰ পৰিছে

সমার্থক : সৰ