পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চাপৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চাপৰ   বিশেষ্য

অর্থ : হাতৰ তলুৱাৰে কৰা আঘাত

উদাহরণ : সি মোক এক চৰ মাৰিলে

সমার্থক : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ

চাপৰ   বিশেষণ

অর্থ : যিটো বেছি ওপৰলৈকে নাই

উদাহরণ : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে

অর্থ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত

উদাহরণ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত

সমার্থক : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু