পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চহী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চহী   বিশেষ্য

অর্থ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য

উদাহরণ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে

সমার্থক : নামাংকন, নামাঙ্কন, স্বাক্ষৰ

অর্থ : কোনো লেখা আদিক প্রমাণিত কৰিবৰ কাৰণে বা তাৰ উত্তৰ দায়িত্বৰ স্বীকৃতি স্বৰূপে নিজ হাতেৰে লিখা নিজৰ নাম

উদাহরণ : মোৰ প্রধান শিক্ষকৰ পৰা চৰিত্রৰ প্রমাণ পত্রত চহী কৰাবলৈ আছে

সমার্থক : হস্তাক্ষৰ