পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চলা   ক্ৰিয়া

অর্থ : গতিত থকা

উদাহরণ : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

সমার্থক : অব্যাহত থকা

অর্থ : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

উদাহরণ : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

সমার্থক : কাম কৰা, চলি থকা

অর্থ : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

উদাহরণ : তেওঁৰ ব্যৱসায় চলি আছে

সমার্থক : চলি থকা

অর্থ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

উদাহরণ : আজি বাৱতৰ বস্তিত লাঠী চলিল

অর্থ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

উদাহরণ : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

সমার্থক : চালি লোৱা

অর্থ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

উদাহরণ : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

অর্থ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

উদাহরণ : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

অর্থ : কোনো বস্তু আদিৰ প্রচলনত অহা

উদাহরণ : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

সমার্থক : প্রচলিত হোৱা

অর্থ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

উদাহরণ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

সমার্থক : টিকা

অর্থ : প্রভুত্ব বিস্তাৰ কৰা কার্য

উদাহরণ : গাঁৱত তেওঁৰ বহুত চলে