পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চকৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চকৰি   বিশেষ্য

অর্থ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ

উদাহরণ : লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল

সমার্থক : লাটুম

অর্থ : জুৱা খেলৰ এবিধ গোলাকাৰ খেল উপকৰণ যʼত বেলেগ বেলেগ ভাগ বনোৱা থাকে আৰু ই নিজৰ অক্ষৰ ওপৰত গোল গোলকৈ ঘূৰে

উদাহরণ : জুৱাৰীয়ে চকৰিত বনোৱা ভাগবোৰৰ ওপৰত বাজী লগায়

অর্থ : বহিবৰ বাবে স্থান যুক্ত গোলাকাৰ গোল গোলকৈ ঘূৰা এবিধ মনোৰঞ্জনৰ আহিলা

উদাহরণ : আমি মেলাত চকৰিতো উঠিলো