পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘোঁৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘোঁৰা   বিশেষ্য

অর্থ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ

উদাহরণ : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে

সমার্থক : ট্রিগাৰ, লপলপী

অর্থ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা

উদাহরণ : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল

অর্থ : ঘোঁৰাৰ মতা

উদাহরণ : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল

সমার্থক : ঘোটক, মতা ঘোঁৰা

অর্থ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে

উদাহরণ : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে