পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গাঞ্জা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গাঞ্জা   বিশেষ্য

অর্থ : ভাং গছৰ নিচিনা এবিধ উদ্ভিদ যাৰ গুটিৰ পৰা ওলোৱা ধোঁৱা নিচা লাগিবৰ কাৰণে পান কৰা হয়

উদাহরণ : তেওঁ নিজৰ খেতি পথাৰত গাঞ্জাৰ খেতি কৰি আছে

সমার্থক : গঞ্জিকা, গাঞ্জাগছ

অর্থ : দেহত ৰাগী লগোৱাৰ কাৰণে সঘনে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ পূৰঠ পাত আৰু গুটি বিশেষ যাক ধোঁৱা হিচাপে সেৱন কৰা হয়

উদাহরণ : গাঞ্জা সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক

অর্থ : এবিধ উদ্ভিদৰ গুটি, পাত আদি যাক চিলিমৰ যোগেদি পান কৰা হয়

উদাহরণ : গাঞ্জা খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

সমার্থক : গঞ্জিকা, গাঁজা, গাজা