পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গাখীৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গাখীৰ   বিশেষ্য

অর্থ : নাৰীৰ স্তনদেশ

উদাহরণ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

সমার্থক : কুচকুম্ভ, দুদু, পিয়াহ, পয়োধৰ, পয়োভাৰ, স্তন

অর্থ : গছ-গছনিৰ পাত আৰু ঠাল-ঠেঙুলি আদি ভাঙিলে ওলোৱা এক ধৰণৰ বগা ৰসযুক্ত পদার্থ

উদাহরণ : ছিঙা পাতখিনিৰ পৰা গাখীৰ ওলায় আছিল

অর্থ : শস্যৰ সেউজীয়া বা কেঁচ্া বীজৰ বগা ৰঙৰ ৰস

উদাহরণ : কেঁচ্া মাকৈ, ঘেঁহু আদি চেপিলে গাখীৰ ওলায়

অর্থ : মাইকী স্তন্যপায়ী প্রাণীৰ স্তনৰ পৰা ওলোৱা বগা তৰল পদার্থ

উদাহরণ : শিশুৰ কাৰণে মাকৰ গাখীৰ সর্বোৎকৃষ্ট আহাৰ

সমার্থক : ক্ষীৰ, দুগ্ধ