পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গর্জন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গর্জন   বিশেষ্য

অর্থ : ডাঙৰ শ্্ব্দ কৰা কার্য

উদাহরণ : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে

সমার্থক : গাজনি, ঢেৰেকনি

অর্থ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ

উদাহরণ : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল

সমার্থক : হুংকাৰ

অর্থ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ

উদাহরণ : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল

সমার্থক : গোজৰ