পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খেল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খেল   বিশেষ্য

অর্থ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম

উদাহরণ : লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে

সমার্থক : আমোদ-প্রমোদ, ক্রীড়া

অর্থ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য

উদাহরণ : খেলত জয়-পৰাজয় থাকেই

সমার্থক : ক্রীড়া, খেল-ধেমালি

অর্থ : খেলৰ প্রদর্শন

উদাহরণ : চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল

সমার্থক : খেলা

অর্থ : নি্র্লজ্জ ্কাম, ব্যৱহাৰ বা উল্টা-পুল্টা আচৰণ

উদাহরণ : তেওঁ মদ ্খায়েই তামাচা আৰম্ভ কৰি দিয়েমদ খায় আপুনি ইয়াত তামাচা নকৰিব

সমার্থক : তামাচা