পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খিৰিকি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খিৰিকি   বিশেষ্য

অর্থ : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে

উদাহরণ :

সমার্থক : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন

অর্থ : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ

উদাহরণ : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল

সমার্থক : গৱাক্ষ, বাতায়ন

অর্থ : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ

উদাহরণ : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে

সমার্থক : খিৰিকী, গৱাক্ষ, বাতায়ন

অর্থ : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে

উদাহরণ : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে