পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কোৱা   বিশেষ্য

অর্থ : কোৱা কথা

উদাহরণ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

সমার্থক : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

অর্থ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

উদাহরণ : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

সমার্থক : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

অর্থ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

উদাহরণ : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

সমার্থক : বুজোৱা

অর্থ : স্থিৰ কৰা

উদাহরণ : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

অর্থ : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

উদাহরণ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

সমার্থক : লোৱা

অর্থ : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

উদাহরণ : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

সমার্থক : জনোৱা

অর্থ : ভাল-বেয়া কোৱা

উদাহরণ : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

সমার্থক : শুনোৱা

অর্থ : কোনো কথা কোৱাত প্রবৃত্ত কৰা

উদাহরণ : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

সমার্থক : আওৰোৱা

অর্থ : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

উদাহরণ : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

সমার্থক : উচ্চাৰণ কৰা

অর্থ : কিবা কৈ বাধক হোৱা

উদাহরণ : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

অর্থ : নামেৰে জনা

উদাহরণ : মানুহে গান্ধীজীক বাপু বুলিও কয়

সমার্থক : মতা

অর্থ : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

উদাহরণ : পইচাই কথা কয়

অর্থ : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

উদাহরণ : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

অর্থ : মৌখিক ্বর্ণ্্না কৰা কার্য

উদাহরণ : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

সমার্থক : শুনোৱা

অর্থ : কিবা কৰিবলৈ আদেশ দিয়া

উদাহরণ : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

সমার্থক : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

অর্থ : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

উদাহরণ : তেওঁ কʼলে যে ৰহিম আজি নাহে

অর্থ : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

উদাহরণ : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

সমার্থক : বেকত কৰা, বোলা

অর্থ : অভিহিত কৰা

উদাহরণ : বেণাৰসক কাশী বুলিও কোৱা হয়

সমার্থক : অভিহিত কৰা

কোৱা   বিশেষণ

অর্থ : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

উদাহরণ : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে