পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কুমাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কুমাৰী   বিশেষ্য

অর্থ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

উদাহরণ : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

সমার্থক : অক্ষতযোনি নাৰী, কন্যা

অর্থ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

উদাহরণ : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

অর্থ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

উদাহরণ : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

সমার্থক : অবিবাহিত, অবিবাহিত মহিলা

অর্থ : যি স্ত্রী ৰজস্বলা হোৱা নাই

উদাহরণ : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

সমার্থক : কুঁৱৰী

কুমাৰী   বিশেষণ

অর্থ : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

উদাহরণ : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

অর্থ : যাৰ বিবাহ হোৱা নাই

উদাহরণ : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

সমার্থক : অপৰিণীতা, অবিবাহিতা