পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কুটা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কুটা   বিশেষ্য

অর্থ : শুকান ঘাঁহ আদিৰ টুকুৰা

উদাহরণ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে

সমার্থক : খেৰ-কুটা

অর্থ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট

উদাহরণ : মোৰ চকুত কুটা সোমাইছে

অর্থ : খুন্দা বা কুটাৰ কার্য

উদাহরণ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে

সমার্থক : খুন্দা, বনা

কুটা   ক্ৰিয়া

অর্থ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য

উদাহরণ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে

সমার্থক : কুটি থকা

অর্থ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য

উদাহরণ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে

সমার্থক : কুটি খোৱা

কুটা   বিশেষণ

অর্থ : কুটি থোৱা

উদাহরণ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি