পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কামোৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কামোৰা   ক্ৰিয়া

অর্থ : দাঁত আদি বহুৱাই টুকুৰা, আঘাত বা ঘাঁ কৰা:ৰাতি শুৱাৰ সময়ত মহে বৰকৈ কামুৰিলে

উদাহরণ :

অর্থ : মুখত ভৰাই লৈ দুয়োপাৰি ্দাঁতেৰে বাৰে-বাৰে হেঁ্চা কার্য

উদাহরণ : তেওঁ কলমটো কামুৰি আছে

সমার্থক : কামুৰি থকা, চোৱোৱা

অর্থ : মূৰৰ বিষ কৰা

উদাহরণ : আধাঘণ্টাৰ পৰা মোৰ মুৰ কামুৰি আছে

অর্থ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য

উদাহরণ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে

সমার্থক : খুটা, ডকা