পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ওহাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ওহাৰ   বিশেষ্য

অর্থ : গাখীৰ দিয়া চাৰিঠেঙীয়া জন্তুৰ স্তন

উদাহরণ : এই গাইজনীৰ ওহাৰখন বৰ ডাঙৰ

অর্থ : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

উদাহরণ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

সমার্থক : কুচকুম্ভ, পিয়াহ, পয়োধৰ, পয়োভাৰ, বাত, স্তন