পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উৎপীড়ন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উৎপীড়ন   বিশেষ্য

অর্থ : কষ্ট দিয়া কার্য

উদাহরণ : শহুৰেকৰ ঘৰৰ উৎপীড়নত অতীষ্ঠহৈ ৰাগিণীয়ে আত্মহত্যা কৰিলে

সমার্থক : অত্যাচাৰ

অর্থ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

উদাহরণ : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

সমার্থক : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ