পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উৎকণ্ঠা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উৎকণ্ঠা   বিশেষ্য

অর্থ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

উদাহরণ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

সমার্থক : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা

অর্থ : আতুৰ হোৱা অৱস্থা

উদাহরণ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে

সমার্থক : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা

অর্থ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা

উদাহরণ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে

সমার্থক : উৎসুকতা, কৌতূহল, জিজ্ঞাসা