পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আয়োজন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আয়োজন   বিশেষ্য

অর্থ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

উদাহরণ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

সমার্থক : ব্যৱস্থা

অর্থ : ব্যৱস্থা কৰা কার্য ্বা ভাব

উদাহরণ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

সমার্থক : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

অর্থ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

উদাহরণ : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

সমার্থক : বন্দৱস্ত, যা-যোগাৰ, যো-জা

অর্থ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

উদাহরণ :

সমার্থক : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা