পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আশা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আশা   বিশেষ্য

অর্থ : যিটো হʼব পাৰে

উদাহরণ : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

সমার্থক : প্রত্যাশা, সম্ভবতা, সম্ভবপৰতা, সম্ভাব্যতা, সম্ভাৱনা, সম্ভৱতা

অর্থ : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য

উদাহরণ : সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে

সমার্থক : আকাংক্ষা

অর্থ : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

উদাহরণ :

সমার্থক : অভিলাষ, আকাংক্ষা, আশ, আশা-দশা, আশা-ভাৰসা, কামনা, বাঞ্ছা, ভাৰসা

অর্থ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

উদাহরণ :

সমার্থক : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

অর্থ : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে

উদাহরণ : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে

সমার্থক : ভৰসা