পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আলোচনা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আলোচনা   বিশেষ্য

অর্থ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

উদাহরণ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

সমার্থক : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

অর্থ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

উদাহরণ : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

সমার্থক : সমালোচনা

অর্থ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

উদাহরণ : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

সমার্থক : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

অর্থ : কোনো বিষয়ত কৰা কথা-বার্তা

উদাহরণ : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

সমার্থক : চর্চা, পৰি্চর্চা, মিটিং