পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অহংকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অহংকাৰী   বিশেষ্য

অর্থ : অভিমান কৰা ব্যক্তি

উদাহরণ : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো

সমার্থক : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী

অহংকাৰী   বিশেষণ

অর্থ : অহংকাৰ দেখুৱাওতা

উদাহরণ : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে

সমার্থক : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী

অর্থ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ

উদাহরণ :

সমার্থক : ্ গর্বী, ্ দর্পী

অর্থ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক

উদাহরণ : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে

সমার্থক : আত্ম-প্রশংসক