পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অশান্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অশান্তি   বিশেষ্য

অর্থ : অনির্ণীত পৰিস্থিতিত মনৰ মাজত হোৱা উগুল-থুগুল ভাব

উদাহরণ : পৰস্পৰ বিৰোধী ভাবৰ কাৰণে তেওঁৰ মনত অশান্তি হৈ আছে

সমার্থক : চাঞ্চল্য, ্অশাঁতি

অর্থ : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

উদাহরণ : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

সমার্থক : উদ্বেগ, ক্ষোভ

অর্থ : আমনি দিয়া কথা আদি

উদাহরণ : আপুনি আপোনাৰ অশান্তিৰ কথা কওক, তাৰ সমাধানৰ উপায় বিচৰাৰ চেষ্টা কৰা হʼব

অর্থ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

উদাহরণ : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

সমার্থক : বিহ্বলতা, মানসিক চাপ