পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অন্ধকাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অন্ধকাৰ   বিশেষ্য

অর্থ : জ্ঞান নোহোৱা অৱস্থা বা ভাব

উদাহরণ : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

সমার্থক : অজ্ঞতা, অজ্ঞানতা, জ্ঞানহীনতা, মূঢ়তা

অর্থ : পোহৰ নাই বা পোহৰৰ অভাৱ

উদাহরণ : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল

সমার্থক : আন্ধাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ

অন্ধকাৰ   বিশেষণ

অর্থ : আন্ধাৰেৰে ভৰা

উদাহরণ : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল

সমার্থক : অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, আন্ধাৰ, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত