পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনুসন্ধান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনুসন্ধান   বিশেষ্য

অর্থ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

উদাহরণ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

সমার্থক : তালাচী, বিচাৰ

অর্থ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য

উদাহরণ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল

সমার্থক : অন্বেষণ, এষণা, গৱেষণা

অর্থ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য

উদাহরণ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে

সমার্থক : অন্বেষণ, তদন্ত, বিচাৰ, বুজ

অর্থ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণৰ বা ৰহস্যৰ সন্ধান কৰা কার্য

উদাহরণ : এই বিষয়টোৰ অনুসন্ধান উচ্চ বিষয়াবর্গৰ জৰিয়তে কৰা হʼব

সমার্থক : বিচাৰ, সম্পৰীক্ষা

অর্থ : অবৈধ বস্তু বা কোনো ব্যক্তি আদিক ধৰিবৰ কাৰণে পুলিচ বা চৰকাৰী বিভাগৰ দ্বাৰা হঠাৎ কৰা বিচাৰ

উদাহরণ : আজি পুলিচে মহাজন কৰোৰীমলৰ ঘৰত অনুসন্ধান চলালে