পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অধিকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অধিকাৰী   বিশেষ্য

অর্থ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে

উদাহরণ : ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

অর্থ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি

উদাহরণ : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে

সমার্থক : দাবীদাৰ

অর্থ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি

উদাহরণ : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল

সমার্থক : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা

অধিকাৰী   বিশেষণ

অর্থ : যাক অধিকাৰ দিয়া হৈছে বা যাৰ কোনো কাম কৰাৰ বা পোৱাৰ অধিকাৰ আছে

উদাহরণ : আইতাৰ উইলনামা অনুসৰি ৰামেই এই ঘৰটোৰ অধিকাৰী

সমার্থক : হকদাৰ