অর্থ : পাকিস্তানত প্রচলিত মুদ্রা
উদাহরণ :
তেওঁ ব্যৱসায়ীজনক পাকিস্তানী ৰুপীৰ দʼম এটা গটাই দিলে
সমার্থক : পাকিস্তানী ৰুপী, ৰুপী
অর্থ : ইণ্ডোনেছিয়াত চলা মুদ্রা
উদাহরণ :
দহ হাজাৰ ৰুপিয়াত আমি সম্পূর্ণ ইণ্ডোনেছিয়াৰ ভ্রমণ কৰিলো