অর্থ : কৌশলগত ঢঙেৰে
উদাহরণ :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
সমার্থক : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
অর্থ : পৰম্পৰা পালন কৰি
উদাহরণ :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
সমার্থক : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি