অর্থ : ধন লৈ সম্ভোগ কৰোৱা নাৰী
উদাহরণ :
কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়
সমার্থক : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটিনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাণ্ডী, ৰেণ্ডী
অর্থ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে
উদাহরণ :
ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়
সমার্থক : চৰিত্রহীনা, নষ্টা, পতিতা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী