অর্থ : কোনো কার্যৰ ্বাকী নথকা
উদাহরণ :
আপোনাৰ ভাত খোৱা হʼল নেকি
অর্থ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা
উদাহরণ :
সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে
সমার্থক : সমাবেশ হোৱা
অর্থ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা
উদাহরণ :
এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়
অর্থ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা
উদাহরণ :
হিমালয় ভাৰতৰ উত্তৰ দিশত আছে
সমার্থক : থকা, স্থিত হোৱা
অর্থ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা
উদাহরণ :
মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল
অর্থ : প্রতিৰূপ হোৱা
উদাহরণ :
মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে