সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
উদাহরণ : মেজত থোৱা কিতাপখন কʼত হেৰাল
সমার্থক : উৰা
অর্থ : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
উদাহরণ : মোৰ চাবিপাত হেৰাল
অর্থ : দেখা নোপোৱা
উদাহরণ : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
সমার্থক : হেৰাই যোৱা
অর্থ : যিটো হেৰাইছে
উদাহরণ : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
সমার্থক : নিৰুদ্দেশ
ইনস্টল