অর্থ : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট
উদাহরণ :
নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল
অর্থ : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস
উদাহরণ :
ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে
সমার্থক : হা-হুমুনিয়াহ