সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সম্পূর্ণৰূপে সেই ৰূপতে
উদাহরণ : এই মূর্তিটো হুবহুৰূপে গঞাৰ মূর্তিৰ দৰেই হৈছে
সমার্থক : হুবহুৰূপে
অর্থ : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
উদাহরণ :
সমার্থক : অনুৰূপ, অবিকল, একে, তদ্রূপ, তুল্য, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ
অর্থ : এই ধৰণৰ
উদাহরণ : এনেকুৱা মোনা মোৰ ওচৰতো আছে
সমার্থক : অনুৰূপ, এই প্রকাৰৰ, এনেকুৱা, সদৃশ
অর্থ : একেবাৰে সমান বা অনুৰূপ ধৰণৰ
উদাহরণ : এই কর্মটো এটা ডাঙৰ কামৰ হুবহু নকল
ইনস্টল