সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়
উদাহরণ : আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত
সমার্থক : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, ফৰমান
ইনস্টল