অর্থ : হিন্দী ভাষাৰ প্রাৰম্ভিক স্বৰূপ
উদাহরণ :
হিন্দুস্তানী দিল্লীৰ আশে-পাশে কোৱা হয়
সমার্থক : হিন্দুস্তানী
অর্থ : ভাৰতৰ বা ভাৰতৰ সৈতে সম্বন্ধ ৰাখোতা
উদাহরণ :
বহুত দিনলৈকে ভাৰতীয় জনতাই গোলামৰ শিকলিত বান্ধখাই আছিল
সমার্থক : ভাৰতীয়, হিন্দুস্তানী