অর্থ : কাৰোবাৰ হিত বা ভাল বিচৰা ব্যক্তি
উদাহরণ :
শুভাকাংশীৰ কাৰণেই তেওঁ ্বৰবাদ হোৱাৰ পৰা বাচিল
সমার্থক : শুভাকাংশী
অর্থ : হিত বা ভাল হোৱাটো বিচৰা
উদাহরণ :
বর্ত্্মান সময়ত ভাগ্যৰ বলতহে হিতৈষীলোক পোৱা যায়
সমার্থক : কল্যাণকামী, শুভাকাংক্ষী, শুভাকাঙ্খী শুভচিন্তক