সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
উদাহরণ : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
সমার্থক : ঘাতক, হিংস্র
অর্থ : যিয়ে হিংসা কৰে
উদাহরণ : আজিকালিৰ মানুহবোৰ হিংসুক হৈ গৈ আছে
সমার্থক : আততায়ী, নৃশংস, বর্বৰ, হিংসাপৰায়ণ, হিংস্র
ইনস্টল