অর্থ : জিকিব নোৱাৰা অৱস্থা
উদাহরণ :
এই নি্র্বাচনত তেওঁৰ ্ পৰাজয় নিশ্চিত
সমার্থক : ঘাটন, পৰাজয়, পৰাজয়স্বীকাৰ, পৰাভৱ, পৰাস্ত, বশ্যতাস্বীকাৰ, হাৰণ, হৰা-
অর্থ : ফুল, মণি আদিৰে গোলাকাৰভাৱে সূতাত গাঁঠি লোৱা আৰু ডিঙিত পৰিধান কৰিব পৰা বস্তু
উদাহরণ :
তেওঁৰ ডিঙি মুকুতাৰ মালাৰে সুশোভিত হৈ আছিল
সমার্থক : মালা