সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
উদাহরণ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
সমার্থক : উপকৰণ, যতন, সঁজুলি, সাধন, হাথিয়াৰ
অর্থ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে
উদাহরণ :
সমার্থক : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাথিয়াৰ
অর্থ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়
উদাহরণ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে
সমার্থক : অস্ত্র, হাথিয়াৰ
ইনস্টল