অর্থ : কাৰো অধীনত নাথাকি মুক্তভাৱে থকা অৱস্থা বা ভাব
উদাহরণ :
তেওঁ ্ স্বাধীনতাৰ কাৰণে যুঁজি আছে
সমার্থক : অপৰাধীনতা, আজাদী, স্বতন্ত্রতা, স্বাতন্ত্র্যস, স্বৰাজ
অর্থ : প্রতিবন্ধক বা বাধা নথকা
উদাহরণ :
মাত্রধিক স্বাধীনতাইও মানুহক বেয়া কৰে
সমার্থক : প্রতিবন্ধকহীনতা